প্ৰিয় ৱিকি সতীৰ্থ,
অহা ৩১ মাৰ্চ, দেওবাৰে অসমীয়া ৱিকি সমাজৰ মাৰ্চ মাহৰ অনলাইন ৱিকিসভাত আপোনালোক
সকলোকে লগ পাম বুলি আশা কৰিছোঁ। এইমাহৰ বিশেষ আকৰ্ষণ:
- শিক্ষানুষ্ঠানত ৱিকিৰ প্ৰসাৰৰ বাবে চেণ্টাৰ ফৰ ইণ্টাৰনেট এণ্ড ছ'ছাইটিয়ে
আগবঢ়োৱা অনুদান আৰু আবেদন প্ৰক্ৰিয়া সম্পৰ্কে জনাব মেডিনী চুব্বুয়ে।
- ৱিকি আড্ডা- য'ত যিকোনো সদস্যই ইচ্ছা বা আগ্ৰহ অনুসৰি ভাগ ল'ব পাৰিব।
এই সভাৰ বিষয়ে অধিক জানিবলৈ এই লিংক
<https://as.wikipedia.org/wiki/%E0%A7%B1%E0%A6%BF%E0%A6%95%E0%A6%BF%E0%A6%AA%E0%A6%BF%E0%A6%A1%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE:%E0%A6%85%E0%A6%A8%E0%A6%B2%E0%A6%BE%E0%A6%87%E0%A6%A8_%E0%A7%B1%E0%A6%BF%E0%A6%95%E0%A6%BF%E0%A6%B8%E0%A6%AD%E0%A6%BE/%E0%A7%A8%E0%A7%A6%E0%A7%A8%E0%A7%AA>ত
ক্লিক কৰক। সভাৰ সময় আৰু যোগ দিয়াৰ লিংক-
-
- *৩১-০৩-২০২৪, দেওবাৰ*
- সময়ঃ নিশা ০৮:০০-৯:০০ (ভাৰতীয় সময়)
পুৱা ৮:৩০-৯:৩০ (কানাডাৰ মাউণ্টেইন সময়)
পুৱা ৯:৩০-১০:৩০ (আমেৰিকাৰ কেন্দ্ৰীয় সময়)
- মাধ্যমঃ জুম
- লিংকঃ প্ৰথম ভাগ:
https://us04web.zoom.us/j/76185891870?pwd=p20xZF7Vw78D9XLUVpOGMzW3ZFwhjK.1
দ্বিতীয় ভাগ:
https://us04web.zoom.us/j/76226948803?pwd=x8Va0rmtTg3hJ4zZsALV8Fno4KCump.1
ধন্যবাদ,
জলি ৰুমী
অসমীয়া ৱিকিমিডিয়া সমাজ
Dear fellow wikimedians,
I hope to see you all at the March online Wiki meet on Sunday, March 31st.
This month's highlights:
- Medini Subbu will explain the grant opportunities and application
process offered by the Center for Internet and Society for the promotion of
wiki projects at educational institutions.
- Wiki adda - where any member can participate according to their wishes
or interests.
More details on this meeting is available here
<https://as.wikipedia.org/wiki/%E0%A7%B1%E0%A6%BF%E0%A6%95%E0%A6%BF%E0%A6%AA%E0%A6%BF%E0%A6%A1%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE:%E0%A6%85%E0%A6%A8%E0%A6%B2%E0%A6%BE%E0%A6%87%E0%A6%A8_%E0%A7%B1%E0%A6%BF%E0%A6%95%E0%A6%BF%E0%A6%B8%E0%A6%AD%E0%A6%BE/%E0%A7%A8%E0%A7%A6%E0%A7%A8%E0%A7%AA>
.
*Meeting times and links to join:*
- Date: 31-03-2024, Sunday
- Time: 08:00-9:00 pm (Indian time)/ 8:30am-9:30am (Canadian Mountain
Time)/ 9:30am-10:30am (US Central Time)
-
- Part 1:
https://us04web.zoom.us/j/76185891870?pwd=p20xZF7Vw78D9XLUVpOGMzW3ZFwhjK.1
Part 2:
https://us04web.zoom.us/j/76226948803?pwd=x8Va0rmtTg3hJ4zZsALV8Fno4KCump.1
Looking forward,
Regards,
Joli Rumi
Assamese Wikimedia community