প্ৰিয় ৱিকি সতীৰ্থ,

অহা ২৫ ফেব্ৰুৱাৰী, দেওবাৰে নতুন বছৰৰ প্ৰথমখন অনলাইন ৱিকিসভাত আপোনালোক সকলোকে লগ পাম বুলি আশা কৰিছোঁ। এইমাহৰ বিশেষ আকৰ্ষণ: 
  • ৱিকি আড্ডা- য'ত যিকোনো সদস্যই ইচ্ছা বা আগ্ৰহ অনুসৰি ভাগ ল'ব পাৰিব।
  • এইবাৰ নিমন্ত্ৰিত অতিথি অঞ্জল বৰাই অসমীয়া ৱিকিৰ আদিকথা আৰু অভিজ্ঞতাৰ বিষয়ে বক্তব্য আগবঢ়াব।
এই সভাৰ বিষয়ে অধিক জানিবলৈ এই লিংকত ক্লিক কৰক। সভাৰ সময় আৰু যোগ দিয়াৰ লিংক-
  • ২৫-০২-২০২৪, দেওবাৰ
  • সময়ঃ নিশা ০৮:০০-৯:০০ (ভাৰতীয় সময়)/ পুৱা ৮:৩০-৯:৩০ (কানাডাৰ মাউণ্টেইন সময়) /পুৱা ৯:৩০-১০:৩০ (আমেৰিকাৰ কেন্দ্ৰীয় সময়)

ধন্যবাদ,
জলি ৰুমী
অসমীয়া ৱিকিমিডিয়া সমাজ

Dear fellow wikimedians,

I hope to see you all at the first online Wiki meet of the New Year on Sunday, February 25th. This month's highlights:
  • The very first edition of Wiki adda - where any member can participate according to their wishes or interests.
  • Guest speaker Anjal Bora will shed light on the early years of Assamese wikipedia and his experience so far. 
More details on this meeting is available here

Meeting times and links to join:

Looking forward,

Regards,
Joli Rumi
Assamese Wikimedia community