Friends, as per the discussion in wikipedia village pump, the file upload process in Assamese wikipedia has been updated. Now if you click on the File upload (ফাইল আপল'ড কৰক) link in tools, it'll redirect you to a upload wizard similar to en wikipedia. The translation will be finished soon. Thanks.

বন্ধুসকল, ৰাইজৰ চ'ৰাত হৈ যোৱা আলোচনামৰ্মে অসমীয়া ৱিকিপিডিয়াৰ আপল'ড প্ৰক্ৰিয়াৰ সংশোধন কৰা হৈছে। এতিয়া আপোনালোকে পৃষ্ঠাৰ বাওঁফালে থকা "ফাইল আপল'ড কৰক" লিংকটোত ক্লিক কৰিলে ইংৰাজী ৱিকিপিডিয়াৰ দৰে আপল'ড বিশেষজ্ঞলৈ লৈ যাব। ধন্যবাদ।

--
~~ গীতাৰ্থ বৰদলৈ (Gitartha Bordoloi)