বন্ধুসকল, অসমীয়া ৱিকিপিডিয়াৰ অধিক প্ৰচাৰৰ বাবে এখন ফে'চবুক পৃষ্ঠা আৰম্ভ কৰা হৈছে। পৃষ্ঠাখনত ৱিকিপিডিয়াত সম্পাদনা কৰা সম্পৰ্কে সহায়, ভাল ৱিকিপিডিয়া প্ৰবন্ধ বা ছবি, অসমীয়া ৱিকিপিডিয়াৰ আনুষ্ঠানিক ঘোষণা আদি প'ষ্ট কৰা হ'ব। অনুগ্ৰহ কৰি বন্ধুবৰ্গৰ মাজত পৃষ্ঠাখন শ্বেয়াৰ কৰি ৱিকিপিডিয়াৰ প্ৰচাৰত হাত আগবঢ়াওক।

Friends, a new facebook page on Assamese wikipedia has been started for better promotion of the project among the facebook users. Help topics to edit in wikipedia, good articles or pictures, formal announcements of Assamese wikipedia etc will be posted on the page.

Page URL: https://www.facebook.com/aswikipedia
--
~~ গীতাৰ্থ বৰদলৈ (Gitartha Bordoloi)